welcome to   "my digital village "   "মোৰ ডিজিটেল গাঁৱলৈ" স্বাগতম 

আমাৰ  লক্ষ্য আৰু উদ্দেশ্য হ'ল :  গাওঁ সমাজত বহু সাধাৰণ ব্যক্তি মৃত্যুৰ  পিছত  এই  পৃথিৱীৰ পৰা হেৰাই যায় । তেওঁলোকৰ  নাম ,কৰ্ম আৰু স্মৃতি সময়ৰ লগে লগে পাহৰি যোৱা হয় ।  সেয়ে এই ৱেবছাইটৰ জৰিয়তে  সেই সকল ব্যক্তিৰ  স্মৃতি,জীৱন কাহিনী আৰু  বৃদ্ধ ব্যক্তিৰ আত্ম জিৱনীৰ লগতে  জীৱনৰ  বাস্তৱ  অভিজ্ঞতা সমুহ সন্মান সহকাৰে  সংৰক্ষণ কৰাৰ এটা সৰু  প্ৰয়াস  কৰা হৈছে , যাতে আগন্তোক প্ৰজন্মই তেওঁলোকক স্মৰণ কৰিব পাৰে  " ।   — SK Deori